কৌশিক ৰায় কাচাৰ জিলা বি জে পি ৰ সভাপতি নিৰ্বাচিত:

কৌশিক ৰায় কাচাৰ জিলা বি জে পি ৰ সভাপতি নিৰ্বাচিত:
Published on: 

কাচাৰ জিলাৰ নৱনিৰ্বাচিত সভাপতি কৌশিক ৰায়ে জিলা পুথিভৰাঁলৰ প্ৰেক্ষাগৃহত অনুস্থিত এক গণসভাত অংশ লৈ দলৰ সকলো সদস্যকে একত্ৰিত হ'বলৈ আৰু একলগ হৈ কাম কৰি যাবলৈ আহ্বান জনায়। দ্বিতীয় কাৰ্য্যকালৰ বাবে নিৰ্বাচিত সভাপতি জনে দলৰ মূল লক্ষ্য ২০১৯ চনৰ নিৰ্বাচন আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন বুলি ব্যক্ত কৰে। কাচাৰ জিলা বি জে পি ৰ সকলো সদস্য আৰু বিধায়কে নৱনিৰ্বাচিত সভাপতিক আদৰিবলৈ গোট খায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com