ক্ষুদ্ৰ চাহ খেতিয়কক চৰকাৰৰ মাটি পত্তা

ক্ষুদ্ৰ চাহ খেতিয়কক চৰকাৰৰ মাটি পত্তা
Published on

ৰাজ্যৰ ক্ষুদ্ৰ চাহ উৎপাদক যিসকলে ৰাজ্যৰ উন্নতি আৰু প্ৰগতিত বিপ্লৱৰ সুচনা কৰিছে তেওঁলোকক সোনোৱাল চৰকাৰে মাটিৰ পত্তা দিয়াতো থিক কৰিছে।ৰাজ্যৰ ৰাজহ বিভাগে ক্ষুদ্ৰ চাহ খেতিয়কক পত্তা প্ৰদান কৰাতো থিৰাং কৰিছে।সেইসকল চাহখেতিয়কক প্ৰদান কৰা হব যি সকলৰ নাম ভাৰতীয় চাহ বোৰ্ড আৰু চাহ সঞ্চালকালয়ত পঞ্জিয়ন হব লাগিব।চৰকাৰে এটা কথা পৰিস্কাৰ কৰি দিছে যে মাটি কাকো বিক্ৰী,বন্ধক বা উপহাৰ দিব নোৱাৰিব পত্তা লাভ কৰাৰ দহ বছৰলৈ।অসমৰ স্থানীয় বহুত যুৱক সকলে চাহখেতিৰ লগত জড়িত আৰু প্ৰগতিৰ ক্ষেত্ৰত অৰিহনা যোগাই আহিছে।ৰাজ্যৰ প্ৰায় ১.৩ লাখ ক্ষুদ্ৰ চাহ খেতিয়কক সোনোৱাল চৰকাৰে মাটিৰ পত্তা প্ৰদান কৰাৰো ৰাজ্যৰ চাহ খেতিয়কৰ বাবে আশাৰ বতৰা হিচাপে বিবেচিত হৈছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com