কৰন পেটেলৰ পত্নী অংকিতা ভাৰ্গৱাৰ মেগাজিনৰ কভাৰ ফটো

কৰন পেটেলৰ পত্নী অংকিতা ভাৰ্গৱাৰ মেগাজিনৰ কভাৰ ফটো
Published on

সৰু পৰ্দাৰ অভিনেত্ৰী অংকিতা ভাৰ্গৱা "য়ে হে মহৱত" ধাৰাবাহিকৰ কৰন পেটলৰ পত্নী। অলপ দিন পূৰ্ৱে অভিনেত্ৰী গৰাকীৰ মেগাজিন এখনত প্ৰকাশ পোৱা ফটোই সকলোকে মোহিত কৰিবলৈ সক্ষম হৈছে।ৰঙা ৰঙৰ ফ্লৰেল ড্ৰেচ,ৰঙা লিপষ্টিক,আৰু স্ম'কি আইচত অতি সুন্দৰ দেখা গৈছে অংকিতাক।

The Sentinel - of this Land, for its People
www.sentinelassam.com