ৰাজভৱনত মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে বি এছ য়েডুৰাপ্পাই। শপতবাক্য পাঠ কৰোৱালে ৰাজ্যপাল বাজুভাই ভালাই। ইয়াৰ লগতে ১৫ দিনৰ ভিতৰত সংখ্যা গৰিষ্ঠতাৰ প্ৰমাণ দিবও লাগিব ।শপতগ্ৰহণৰ এই অনুষ্ঠানত বহু কেইগৰাকী বিজেপি নেতা উপস্থিত থাকে ।
Begin typing your search above and press return to search.