কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আজি অগ্নিপৰীক্ষা

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আজি অগ্নিপৰীক্ষা
Published on

কৰ্ণাটকৰ বিজেপি মুখ্যমন্ত্ৰী য়েডুৰাপ্পাৰ আজি শনিবাৰে ৪বজাত বিধান সভাৰ মজিয়াত পৰীক্ষা দিবলৈ চুপ্ৰিম কৰ্টেৰ ন্যায়ধীশ তিনিগৰাকী এ কে চিকিৰ, এস এ ববদে আৰু অশোক ভূষণে নিৰ্দেশ দিয়ে ।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com