খাদ্য সুৰক্ষাৰ বিভাগৰ চোকা দৃষ্টি

খাদ্য সুৰক্ষাৰ বিভাগৰ চোকা দৃষ্টি
Published on: 

আজি ৰাতিপুৱা খাদ্য সুৰক্ষাৰ বিভাগৰ তৰুন দাস,সমীৰন বৰুৱা আৰু অনিল শৰ্মাই কেঞ্চাৰ বেমাৰ সৃষ্টি কৰিব পৰা ১২কুইণ্টলৰ আম ৬২হাজাৰৰ কিছু কাৰবাইড কেমিকেল উদ্ধাৰ হৈছে। কাৰবাইব ব্যৱহাৰ কৰা আম সমূহ জিএমচিৰ ৰ সহায়ত নষ্ট কৰি পেলোৱা হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com