৩০জুনত এনআৰচি প্ৰকাশৰ কাম প্ৰায় সম্পূৰ্ন হোৱাৰ সময়তে অসম সন্মিলিত মহাসংঘ নামৰ সংগঠনতোয়ে বিৰ্তকিত মন্তব্য আগবঢ়ায়।সংগঠনতোৰ কাৰ্যবাহী সম্পাদক মতিয়ুৰ ৰহমানে কয় যে এনআৰচি নামত চৰকাৰৰ ভেঁকুভাওনাৰ বাহিৰে একো নহয়।১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত ভোটৰ তালিকাত ৭০লাখ অবৈধ বাংলাদেশী নাগৰিকৰ নাম আছে।সেই বাংলাদেশী নাগৰিক সকলক এনআৰচিত অৰ্ন্তভুক্ত কৰিবলৈ চৰকাৰে কাম প্ৰায় সম্পূৰ্ন কৰিছে।এই নাগৰিক সকল অন্তৰ্ভক্ত হ'লে এনআৰচি খিলঞ্জীয়াৰ বাবে মৃত্যু ঘন্টালৈ পৰিনত হোৱাতো নিশ্চিত।
Begin typing your search above and press return to search.