খিলঞ্জীয়াৰ ভূমিহীনতাৰ ক্ৰন্দনৰ মাজতে এজন বিদেশীৰ মাটি ক্ৰয় কৰি পত্নীৰ নামলৈ সলনি

খিলঞ্জীয়াৰ ভূমিহীনতাৰ ক্ৰন্দনৰ মাজতে এজন বিদেশীৰ মাটি ক্ৰয় কৰি পত্নীৰ নামলৈ সলনি

Published on

কামৰূপ জিলাৰ মিৰ্জাত ম: ছাহজাদা খান, যি মতি ছাহজাদা খান হিচাপেও পৰিচিত অসমত দীৰ্ঘদিন পূৰ্ৱে আহি থিতাপি লৈ, জালি নথি পত্ৰৰ সহায়ত মাটি কিনি, অসমৰ মহিলাৰ লগত বিবাহপাশত আৱদ্ধ হৈ এজনী কন্যা সন্তান থকা এজন লোকক আফগানিস্থানলৈ ঘূৰাই পঠোৱা হয়। খানে তেওঁক নিজ দেশলৈ ঘূৰাই পঠাৱলগীয়া কথাটো আগতীয়াকৈ গম পাই মাটিৰ পট্টা পত্নীৰ নামলৈ সলনি কৰাই লয়। সম্প্ৰতি এই ঘটনাই সকলোৰে আগত অসমৰ এক বিৰূপ ছৱি দাঙি ধৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com