খোৱা পানীৰ আঁচনিৰ বাবে ৰাজ্য চৰকাৰক প্ৰশ্ন নীতি আয়োগৰ

খোৱা পানীৰ আঁচনিৰ বাবে ৰাজ্য চৰকাৰক প্ৰশ্ন নীতি আয়োগৰ
Published on

অসমৰ গ্ৰামোঞ্চলৰ খোৱা পানীৰ আঁচনিৰ সঠিক ৰূপায়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে জৰুৰীকালীন ব্যৱস্থা গ্ৰহন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।নীতি আয়োগে চলোৱা এক জৰীপৰ মতে, উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰামোঞ্চলৰ খোৱা পানীৰ ক্ষেত্ৰত যথেত্ৰ উন্নতি সাধন কৰিবলগীয়া আছে।চৰকাৰী আঁচনিয়ে মাত্ৰ ৬০ শতাংশ ৰাইজকহে সাঙুৰিব পাৰিছে আৰু পানীৰ মানদন্ডৰ ক্ষেত্ৰতো যথেষ্ট কৰিবলগীয়া আছে। অসমৰ গ্ৰামোঞ্চলৰ লোকসকলে যাতে স্বাস্থ্যসন্মত খোৱা পানী লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com