গণ হত্যাৰ সন্দৰ্ভত সমিতি গঠন কৰিব কেন্দ্ৰীয় চৰকাৰে

গণ হত্যাৰ সন্দৰ্ভত সমিতি গঠন কৰিব কেন্দ্ৰীয় চৰকাৰে
Published on

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত ক্ৰমান্নয়ে বৃদ্ধি পোৱা গণ হত্যা ৰোধ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌভাৰ অধক্ষ্যত উচ্চ খাপৰ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনোৱামতে আইন সম্পৰ্কীয় সকলো বিভাগৰে সচিবসকল এই সমিতিখনত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে সমিতিখনৰ নেতৃত্ববহন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সকলক,যি সকল সমিতিখনৰ সদস্য হিচাপে থাকিব।বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুচমা স্বৰাজ,পৰিবহন মন্ত্ৰী নিতিন গাডকাৰী,আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু সামাজিক ন্যায় আৰু সবলীকৰন মন্ত্ৰী থাৱাৰ চান্দ গেহলট সমিতিখনত সদস্য হিচাপে থাকিব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com