তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাই চাইডিঙত গুলীচালনাত এজন দোকানী আৰু গ্ৰাহকৰ মৃত্যু হয় ।জানিব পৰা মতে মৃত দোকানী জন তালাপ বজাৰৰ নিৱাসী জিত বাৰ্মা।স্থানীয় ৰাইজৰ সহায়ত আৰক্ষীয়ে আটক কৰা ৰূপান্তৰ মৰাণে নিজক আলফা বুলি দাবী কৰি তেওঁক এই ঘটনা সংঘটিত কৰিবলৈ আলফা নেতা উদয় অসমে প্ৰেৰণ কৰিছিল বুলি অভিযোগ কৰে ।
Begin typing your search above and press return to search.