Begin typing your search above and press return to search.

গুৱাহাটীত নেডাৰ বৈঠক

গুৱাহাটীত নেডাৰ বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 May 2018 6:16 AM GMT

যোৱা দেওবাৰে ৰাতিপুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নেডাৰ বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বন্তি প্ৰজ্বলনেৰে শুভ উদ্ধোধন কৰে।এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আন বহু কেইজন মন্ত্ৰী-আমোলা উপস্থিত থাকে।

Next Story