গুৱাহাটী আৰু শিলচৰ বিমান বন্দৰৰ পৰা সোন জব্দ

গুৱাহাটী আৰু শিলচৰ বিমান বন্দৰৰ পৰা সোন জব্দ
Published on

গুৱাহাটী আৰু শিলচৰ বিমান বন্দৰত তিনিজন বিমান যাত্ৰীৰ পৰা কেন্দ্ৰীয় উদ্যোগ নিৰাপত্তা বাহিনীৰ তালাচীত প্ৰায় ২ কেজি সোন উদ্ধাৰ কৰিবলে সক্ষম হয়।দেওবাৰে ৰাতিপুৱা শিলচৰৰ কুম্ভীগ্ৰাম বিমানবন্দৰৰ পৰা বৰ্কট খান আৰু ৰাজেন্দ্ৰ শ্ৰীৱট নামৰ দুজন ব্যক্তিয়ে প্ৰায় ১.৬ কেজি সোন মলদ্বাৰত লুকুৱাই নিওতে ধৰা পৰা আৰু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা ডি নদিগিৰি নামৰ ব্যক্তি এজনে মলদ্বাৰত ৪০০ গ্ৰাম সোন লুকুৱাই নিওতে ধৰা পৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com