গুৱাহাটী পৌৰ নিগমে নিৰীক্ষণ কৰিব পুৰণি আন্তঃগাঠঁনি

গুৱাহাটী পৌৰ নিগমে নিৰীক্ষণ কৰিব পুৰণি আন্তঃগাঠঁনি
Published on

গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা 'ৰেপিড ভিচুৱেল স্ক্ৰিনিং'য়ে মহানগৰীৰ পুৰণি আন্তঃগাঠঁনি সমূহৰ সুৰক্ষা আৰু দীৰ্ঘম্যাদী ব্যৱস্থা সম্পৰ্কে নিৰীক্ষণ কৰিব।ইয়াৰ উপৰিও গুৱাহাটীৰ ভিন্ন স্কুল,কলেজ আৰু অন্যান্য প্ৰতিষ্ঠান সমূহৰো নিৰীক্ষণ কৰিব আৰ ভি এছয়ে।পুৰণি প্ৰ'ট'কল সমূহ নিৰীক্ষণ কৰাৰ উপৰিও মহানগৰবাসীৰ বাবে দূৰ্যোগৰ সময়ত সজাগ হ'বলৈ প্ৰতিৰোধী ব্যৱস্থা কেনেকৈ গ্ৰহন কৰিব লাগে সেই বিষয়ে এটা প্ৰচাৰ কাৰ্য্যসূচী আৰম্ভ কৰিব ।

The Sentinel - of this Land, for its People
www.sentinelassam.com