গোলাঘাটত অবৈধ পেট্ৰ'ল জব্দ

গোলাঘাটত অবৈধ পেট্ৰ'ল জব্দ
Published on: 

তথ্যানুসৰি যোগান বিভাগে গোলাঘাট জিলাৰ নৰাগাঁৱত যোৱা দেওবাৰে সংৰক্ষিত ১০৫ লিটাৰ অবৈধ পেট্ৰল জব্দ কৰে।জানিব পৰা মতে,ৰাজেন্দ্ৰ ৰয় নামৰ এজন ট্ৰেংকাৰ ড্ৰাইভাৰৰ বাসগৃহৰ পৰা অবৈধ পেট্ৰল জব্দ কৰে। কৰ্তৃপক্ষই জনোৱা অনুসৰি এনেদৰে অসুৰক্ষিত আৰু মুক্তভাৱে পেট্ৰ'ল বাসগৃহৰ আশে পাশে থকাটো অনুচিত।ইয়াৰ লগতে এনে ধৰনৰ অবৈধ পেট্ৰ'লৰ বিৰুদ্ধে অভিযান অব্যাহত চলাই থাকিব বুলি তেওঁলোকে মত প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com