গোলাঘাটত আছুৰ গন সত্যাগ্ৰহ

গোলাঘাটত আছুৰ গন সত্যাগ্ৰহ
Published on: 

গোলাঘাট জিলা আছুৰ উদ্যোগত নাগৰিক সংশোধনী বিধেয়ক ২০১৬ বিৰোধীতাৰে গোলাঘাটত নগৰত এক বৃহৎ গন সত্যাগ্ৰহ কাৰ্য্যসুচী ৰুপায়ন কৰে।সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈয়ে কাৰ্য্যসুচীত অংশগ্ৰহন কৰি কয় যে সৰ্বানন্দ সোনোৱাল নেতৃত্বধীন চৰকাৰখনে সোনকালে এই জাতিধংসী বিধেয়কখন বাতিলৰ ব্যৱস্থা কৰাৰ লগতে হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিয়াতো কেতিয়াও মানি লোৱা নহব,নহলে ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলা হব।কাৰ্য্যসুচীত আছুৰ বহুতসংখ্যক সদস্যই অংশগ্ৰহন কৰি পৰিবেশ উত্তাল কৰি তোলে।

The Sentinel - of this Land, for its People
www.sentinelassam.com