ঘোল পোষ্টাৰ: চেকৰেড গেমছৰ পিছত নেটফিলক্সৰ হ'ৰৰ ৱেব চিৰিচত ৰাধিকা আপটে

ঘোল পোষ্টাৰ: চেকৰেড গেমছৰ পিছত নেটফিলক্সৰ হ'ৰৰ ৱেব চিৰিচত ৰাধিকা আপটে
Published on: 

চেকৰেড গেমছৰ পিছত নতুনকৈ মুক্তি পাব হ'ৰৰ ৱেব চিৰিছ 'ঘোল'। এইবাৰৰ এই ৱেব চিৰিছত কেৱল তিনিটা খণ্ডহে আছে।আগষ্টৰ ২২তাৰিখৰ পৰা প্ৰচাৰ হব ৱেব চিৰিছ লগতে কালিলৈ মুক্তি পাব 'ঘোল'ৰ প্ৰথকটি ট্ৰেইলাৰ। 'ঘোল'ৰ প্ৰথম পোষ্টাৰ আজি মুক্তি পায়, অভিনয় কৰিছে ৰাধিকা আপটেই। ঘোল ছবিৰ সহ প্ৰযোজক ফেনাটম ফিল্মচ আৰু ব্লুম হাউছ প্ৰদাক্টচন।

The Sentinel - of this Land, for its People
www.sentinelassam.com