ঘোষ ব্ৰদাৰ্ছৰ স্বত্তাধিকাৰীক গ্ৰেপ্তাৰ

ঘোষ ব্ৰদাৰ্ছৰ স্বত্তাধিকাৰীক গ্ৰেপ্তাৰ

Published on

যোৱা সোমবাৰে ৰাজ্যিক পৰিবহন কৰ্মচাৰী সংগঠনে পল্টন বজাৰত অৱস্থিত হোটেল কণ্টিৱৰ সন্মুখত হিচাপ আদায় কৰাৰ বাবদত ঘোচ ব্ৰদাৰ্ছৰ স্বত্তাধিকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।জানিব পৰা মতে যোৱা ১৮মে'ৰ দিনা পল্টন বজাৰ আৰক্ষীয়ে ঘোচ ব্ৰদাৰ্ছৰ স্বত্তাধিকাৰী প্ৰতুল ঘোষক কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com