চকা বন্ধৰ প্ৰভাৱ শিৱসাগৰত

চকা বন্ধৰ প্ৰভাৱ শিৱসাগৰত
Published on

যোৱাকালি সদৌ অসম মটৰ পৰিবহন কৰ্মচাৰী সংগঠনে আহ্বান কৰা ২৪ঘণ্টীয়া চকা বন্ধৰ প্ৰভাৱ শিৱসাগৰত বাৰুকৈ দেখা পোৱা গ'ল।ব্যক্তিগত গাড়ী,আন্ত জিলা বাছ সেৱা আদি সকলোবোৰৰ চলাচল বন্ধ থাকে।

The Sentinel - of this Land, for its People
www.sentinelassam.com