চুপাৰষ্টাৰ চলমান খানৰ মন পছন্দ উৎসৱ ঈদ পালন কৰিলে পৰিয়ালৰ সৈতে।ইনষ্টাগ্ৰামৰ জৰিয়তে চলমান ভগ্নী আৰ্পিতাই ফটো প্ৰকাশ কৰিলে।গেলেক্সী বেলকনিৰ পৰা হাত বাউল দি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলে চলমানৰ ফেন সকলক।