চলমান খানে ধন্যবাদ জ্ঞাপন কৰিলে জন্মু-কাশ্মীৰ পৰ্যটক বিভাগক

চলমান খানে ধন্যবাদ জ্ঞাপন কৰিলে জন্মু-কাশ্মীৰ পৰ্যটক বিভাগক
Published on: 

ৰেস-৩ৰ শ্বুট্যিংৰ সময়ত সহায় কৰা বাবে বলীউদ চুপাৰ ষ্টাৰ চলমানে যোৱা মঙলবাৰে ধন্যবাদ জনালে জন্মু-কাশ্মীৰ পৰ্যটক বিভাগক।

চলিত মাহৰ ১৫জুনত মুক্তি পাব ছবি খন

The Sentinel - of this Land, for its People
www.sentinelassam.com