চানাই মলহোত্ৰা আৰু ৰাধিকা মদনৰ "পাটাখা"ৰ শ্বুট্যিং সমাপ্ত

চানাই মলহোত্ৰা আৰু ৰাধিকা মদনৰ "পাটাখা"ৰ শ্বুট্যিং সমাপ্ত

Published on

Radhika Madan

Sanya Malhotra

"দংগল" গাৰ্ল চানায়া মলহোত্ৰা আৰু আৰু টেলিভিছন ষ্টাৰ ৰাধিকা মদনৰ শ্বুট্যিং সমাপ্ত ।বিশাল ভৰদ্বাজৰ "পাটাখা" ছবিত অভিনয় কৰিছে চানায়া আৰু ৰাধিকাই।হলী তথা ফাকুৱা খেলাৰ দৃশ্য এটিৰে শ্বুট্যিং সমাপ্ত কৰে।আৰু এই ফটো চ'চিয়েল মিডিয়াত প্ৰকাশ কৰে। ছবি খনৰ নাম প্ৰথমে 'চুৰিয়া' ৰখা হৈছিল,কিন্তু পিছলৈ এই নাম সলনি কৰি "পাটাখা" ৰখা হয়।ছবি খন মুক্তি পাব ২৮ ছেপ্তেম্বৰত ।

The Sentinel - of this Land, for its People
www.sentinelassam.com