চাহিদ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ 'বট্টী গুল মিটাৰ চলু' ছবিৰ শ্বুট্যিং সামৰনি

চাহিদ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ 'বট্টী গুল মিটাৰ চলু' ছবিৰ শ্বুট্যিং সামৰনি
Published on

চাহিদ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ 'বট্টী গুল মিটাৰ চালু' ছবিৰ শীৰ্ষক গীতটিৰ শ্বুট্যিংৰ কাম শেষ হৈছে।এই গানটিৰ নাম হৈছে হাৰ্ড-হাৰ্ড।এই গানটিৰ জৰিয়তে ছবিখনৰ শ্বুট্যিংৰ কাম মুম্বাইত শেষ হয়।গানটি কৰিঅ'গ্ৰাফ কৰিছে গনেশ আশ্বৰ্য্যই।

The Sentinel - of this Land, for its People
www.sentinelassam.com