'চুৰমা'ৰ ট্ৰেইলাৰ মুকলি

'চুৰমা'ৰ ট্ৰেইলাৰ মুকলি
Published on: 

দিলজিত আৰু তাপস্বী পান্নুৰ নতুনকৈ মুক্তি পাবলগীয়া ছবি চুৰমা'ৰ ট্ৰেইলাৰ মুকলি হৈছে।

ছবি খনৰ কাহিনী ভাগ হকী খেলুৱৈ সন্দিপ সিংৰ জীৱনৰ ওপৰত আধাৰিত কৰি নিৰ্মাণ কৰা হৈছে।

ছবি খন মুক্তি পাব চলিত বৰ্ষৰ ১৩জুলাইত

The Sentinel - of this Land, for its People
www.sentinelassam.com