চুৰ হোৱা নিৰ্মানকাৰ্য্য সামগ্ৰী উদ্ধাৰ

চুৰ হোৱা নিৰ্মানকাৰ্য্য সামগ্ৰী উদ্ধাৰ
Published on

নুনমাটি আৰক্ষীয়ে চিনাক্ত কৰা উৎপল বৰ্মন নামৰ এজন ব্যক্তিক চুৰ হোৱা নিৰ্মানকাৰ্য্য সামগ্ৰীৰ সৈতে আটক কৰে।আৰক্ষীৰ পৰা পোৱা তথ্যৰ মতে সামগ্ৰীখিনি ২৬জুনত চুৰ হৈছিল। এই ঘটনাৰ সন্দৰ্ভত জড়িত ধৰনী দাসে নুনমাটি আৰক্ষী থানাত ৩৫৫/১৮নম্বৰৰ অন্তৰ্গত ৩৭৯আই পি চি ধাৰাত এজাহাৰ দাখিল কৰে।ইয়াৰ উপৰিও যোৱা দেওবাৰে বামুনী মৈদামৰ পৰা চন্দ্ৰ দেৱ পোদ্দাৰ নামৰ ব্যক্তি এজনকো গ্ৰেপ্তাৰ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com