চেনেগালৰ বিরুদ্ধে ড্ৰ খেলিলে জাপানে

চেনেগালৰ বিরুদ্ধে ড্ৰ খেলিলে জাপানে
Published on

একাটেৰিনবাৰ্গ এৰেনাত অনুস্থিত হোৱা গ্ৰুপ এইচ'ৰ এখন গুৰুত্বপূৰ্ন খেলত এচিয়াৰ শক্তি জাপানে চেনেগালৰ সৈতে ড্ৰ খেলি পইন্ট ভগাই লয়।১১মিনিটতে এচ মানেৰ গ'লেৰে চেনেগালে অগ্ৰগতি লাভ কৰে যদিও ৩৪ মিনিটত টি ইনুৱে জাপানৰ হৈ সমতা স্থাপন কৰে।৭১ মিনিটত চেনেগালৰ হৈ এম ৱাগুৱে গ'ল কৰি জাপানক চিন্তাত পেলাইছিলে যদিও ৭৮ মিনিটত কে' হোন্ডাই জাপানক পৰাজয়ৰ পৰা ৰক্ষা কৰাই নহয় নকআউটত প্ৰৱেশৰ আশা জিয়াই ৰাখে।

The Sentinel - of this Land, for its People
www.sentinelassam.com