শিলচৰত নতুনকৈ গঠিত হোৱা লিউ ক্লাৱে পদপথৰ দুখীয়া ব্যৱসায়ীসকলৰ মাজত এসাজ খাদ্যৰ লগতে ছাতি বিতৰন কৰে।পুৰি,ভাজি,লাডু আৰু পানীৰ বটল পাঁচলি আৰু ফলমূলৰ ব্যৱসায়ী সকলক মাজত বিতৰন কৰে।ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ সন্তান সকলক পঢ়াৰ সামগ্ৰী বিতৰন কৰে।তেওঁলোকে অতি কষ্টৰ মাজেৰে ৰ'দ,বৰষুনৰ মাজেৰে ব্যৱসায় কৰি পৰিয়াল চলাই যাবলগীয়া হয়।তেওঁলোকে বজাৰত ব্যৱসায় কৰিবৰ বাবে ঠাই পোৱা নাই।লিউ ক্লাবৰ এই মহৎ কাৰ্য্যক ৰাইজে আদৰনি জনাইছে।
Begin typing your search above and press return to search.