ছাহিদ কাপুৰৰ ভাতৃ হিচাপে গৌৰৱান্বিত: ঈশান খাট্টাৰ

ছাহিদ কাপুৰৰ ভাতৃ হিচাপে গৌৰৱান্বিত: ঈশান খাট্টাৰ
Published on: 

অহাকালিলৈ মুক্তি পাবলগীয়া "ধৰক" ছবিৰ অভিনেতা ঈশান খাট্টাৰে ছাহিদ কাপুৰৰ ভাতৃ হিচাপে গৌৰৱবোধ কৰে।বহু লোকে ছাহিদৰ ভাতৃ বুলি ঈশানক সম্বোধন কৰিলে বেয়া নাপায় ঈশানে।

ঈশানে মত প্ৰকাশ কৰা অনুসৰি যিহেতু ঈশানে নিজেই নিজৰ বাবে পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত এনেকোৱা কোনো ধৰনৰ বাহিৰৰ কথাক ঈশানে গুৰুত্ব প্ৰদান নকৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com