Begin typing your search above and press return to search.

ছীল নকৰা প্ৰশ্ন কাকতকলৈ হাহাকাৰ

ছীল নকৰা প্ৰশ্ন কাকতকলৈ হাহাকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 May 2018 9:37 AM GMT

২০মে'ত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত পৰীক্ষাত বহু বেমেজালিৰ সৃষ্টি হৈছিল।জানিব পৰা মতে কোনো কোনো ঠাইত ছীল নকৰা প্ৰশ্নকাকতকলৈ বহু কথা চৰ্চিত হোৱাও পৰিলক্ষিত হৈছে।যাৰ ফলত ৰঙিয়াত প্ৰশ্নকাকত কম হোৱাৰ কাৰণ ছীল নকৰা প্ৰশ্নকাকত আগতেই হোৱাটছ এপত লীক হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

Next Story