Begin typing your search above and press return to search.

ছেনেগালৰ বিৰুদ্ধে হাৰ মানিলে পোলেন্ড

ছেনেগালৰ বিৰুদ্ধে হাৰ মানিলে পোলেন্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jun 2018 8:19 AM GMT

আফ্ৰিকাৰ দেশ ছেনেগালে এখন উত্তেৰ্জনাপূৰ্ন খেলত পোলেন্ডক ২-১ গলত পৰাস্ত কৰি গ্ৰুপত অভিযান আৰম্ভ কৰিছে।পোলেন্ডৰ খেলুৱৈ থিয়েগো ক্লনেকে ৩৭ মিনিটত আত্মঘাতী গলেৰে ছেনেগালক অগ্ৰগতি দিয়াৰ পাছত ৬০ মিনিটত এম বেয়েয়ে আনটো গ'ল দি দলৰ জয় নিশ্চিত কৰে।পোলেন্ডৰ হৈ জে ক্ৰীছোয়ীকে একমাত্ৰ গ'লতো প্ৰতিশোধ কৰে।

Next Story