জগন্নাথ মন্দিৰত ৰথ যাত্ৰা ২০১৮ আৰম্ভ

জগন্নাথ মন্দিৰত ৰথ যাত্ৰা ২০১৮ আৰম্ভ
Published on

পুৰীৰ জগন্নাথ মন্দিৰৰ পৰা গুনদিচা মন্দিৰলৈ ৯ দিনীয়াকৈ হবলগীয়া ৰথ যাত্ৰা ২০১৮ আজিৰ পৰা আৰম্ভ হৈছে।লোকবিশ্বাস অনুসৰি ভগৱান কৃষ্ণ তেওঁৰ সহোদৰ বলোৰাম আৰু সুভদ্ৰা পেহিয়েকৰ ঘৰলৈ ৰথত যাত্ৰা কৰে।জগন্নাথ মন্দিৰত অনুস্থিত হবলগীয়া ১৪১ সংখ্যক ৰথ যাত্ৰা চাবলৈ বহুত লাখ মানুহ গোট খায়।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি সকলো ভক্তক শুভকামনা জনোৱাৰ লগতে দেশৰ উন্নতি,শান্তি আৰু প্ৰগতি কামনা কৰে।উড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক,ৰাজ্যপাল গনেশি লালেও শুভকামনা জ্ঞাপন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com