জি আৰ পিয়ে ৫মাহৰ পৰা ৪৩০.৫ কেজি গাঞ্জা উদ্ধাৰ কৰে

জি আৰ পিয়ে ৫মাহৰ পৰা ৪৩০.৫ কেজি গাঞ্জা উদ্ধাৰ কৰে
Published on

যোৱা সোমবাৰে ৰাতিপুৱা দৈনিক নিৰীক্ষণ কৰা গুৱাহাটী ৰেলৱে ষ্টেচনত চৰকাৰী ৰেলৱে আৰক্ষীয়ে ৩৮কেজি সন্দেহকাৰী গাঞ্জা আগৰতলাৰ আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছত জব্দ কৰে। ৰেলৱে আৰক্ষীৰ তথ্য অনুসৰি গাঞ্জা আটককাৰী জন হৈছে ত্ৰিপুৰাৰ চুবৰাজ দেববাৰ্মা।যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা জুলাইৰ ৩ তাৰিখলৈ প্ৰায় ৪৩০ কেজি গাঞ্জা আৰু ১৫জন মান লোকক আটক কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com