জীয়াভঁৰালীৰ কালৰূপ

জীয়াভঁৰালীৰ কালৰূপ
Published on

প্ৰতিবছৰে বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ উপনৈ সমূহ যেনে গাভৰু,জীয়াভঁৰালী,দিপতা,বিলশিৰি ওচৰৰ শোণিতপুৰ জিলাৰ নেপালী গাঁও,কৰিয়ানী আৰু টেঙা বস্তি আদি ওচৰত থকা গাঁও সমূহে প্ৰতিবছৰে গৰখহনীয়া কবলত পৰে।যাৰ ফলত সেই ঠাইৰ মানুহে নিজে নিজে নদীৰ জপিঁয়াবলৈ বাধ্য হয়।জীয়াভঁৰালী নদী খনৰ বাঢ়নি পানীৰ ফলত প্ৰতিবছৰে বহু গাঁও,ঘৰ,স্কুল গৃহ হেৰুৱাবলগীয়া হৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com