জুন মাহৰ ভিতৰত আৰু গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা

জুন মাহৰ ভিতৰত আৰু গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা
Published on

এপি এস চি চাকৰি কেলেংকাৰি নামত আৰু লোকৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা আছে।ফৰেনছিকে প্ৰায় ৬০০খন মান উত্তৰ বহীৰ ফলাফল দিয়াৰ পিছতে আৰু লোকৰ গ্ৰেপ্তাৰ হব বুলি ডিব্ৰুগড় আৰক্ষীয়ে জানিব দিয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com