জ্যেষ্ঠ নাগৰিক মঞ্চৰ বাৰ্ষিক সভা অনুস্থিত

জ্যেষ্ঠ নাগৰিক মঞ্চৰ বাৰ্ষিক সভা অনুস্থিত
Published on: 

ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সন্থাৰ প্ৰাংগনত ওদালগুৰি জিলাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ বাৰ্ষিক সভা অনুস্থিত হয়।সভাপতি নৰেশ্বৰ ডেকাৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনত ওদালগুৰি জিলাৰ জ্যেষ্ঠ নাগৰিক সকলৰ বিভিন্ন সমস্যাৰ লগতে সেইসমূহ সমাধানৰ বিষয়ে আলোচনা কৰা হয়।সভাতে সংগঠনৰ নাম সলনি কৰি জ্যেষ্ঠ নাগৰিক সন্মিলনী ৰখা হয়।অহা দুবছৰৰ বাবে নৰেশ্বৰ ডেকাক সভাপতি আৰু প্ৰমোদ বৈশ্যক সাধাৰন সম্পাদক হিচাপে সভাতে নিৰ্বাচিত কৰা হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com