জয়েৰে বিশ্বকাপ সামৰিলে পেৰুয়ে

জয়েৰে বিশ্বকাপ সামৰিলে পেৰুয়ে

Published on

ফিফা বিশ্বকাপ ২০১৮ৰ পৰা জয়েৰে অভিযান সামৰিলে পেৰুৱে।ফিস্ত ষ্ট্ৰেডিয়ামত মঙলবাৰে অনুস্থিত গ্ৰুপ চি'ৰ অন্যখন খেলত পেৰুৱে অষ্ট্ৰেলিয়াক ২-০ গ'লত পৰাস্ত কৰে।১৮ মিনিটত আন্দ্ৰে কেৰ্ৰিল্ল'ৰ গ'লেৰে অগ্ৰগতি লোৱাৰ পাছত দ্বিতীয় অৰ্ধৰ ৫০ মিনিটত পাওলো গোয়েৰ্ৰেৰ'য়ে আৰু এটা গ'ল দি পেৰুৰ বিজয় নিশ্চিত কৰে।পেৰুৰ এই বিজয়ে অষ্ট্ৰেলিয়াৰ নকআউটতত প্ৰৱেশৰ ক্ষীন আশা শেষ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com