ঝাৰখণ্ডত দুগৰাকী যুৱতীক অপহৰণ কৰি গণ ধৰ্ষণ

ঝাৰখণ্ডত দুগৰাকী যুৱতীক অপহৰণ কৰি গণ ধৰ্ষণ
Published on

ঝাৰখণ্ডৰ গামলাত দুগৰাকী যুৱতীক অপহৰণ কৰি দুদিন উপৰ্যুপৰি ধৰ্ষণ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।এই ঘটনাৰ লগত জড়িত দুজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।গামলাৰ আৰক্ষী অধীক্ষক অংশুমান কুমাৰে জনোৱা মতে আমাৰ ইতিমধ্যে অভিযান আৰম্ভ হৈছে।অতি সোনকালে যুৱতী দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হম।অভিযুক্ত দুজনৰ স্বাস্থ্য পৰীক্ষাৰ পাছত বাকী কথাবোৰ গম পোৱা হব।

The Sentinel - of this Land, for its People
www.sentinelassam.com