টাই আহোম মহিলা পৰিষদৰ দিশপুৰক সমালোচনা

টাই আহোম মহিলা পৰিষদৰ দিশপুৰক সমালোচনা

Published on

খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ দিয়াৰ সলনি ৰাজ্য চৰকাৰে ধনী ধনী ব্যৱসায়ী সকলৰ বাবেহে ভূমি সংৰক্ষনৰ ব্যৱস্থা বেছিকৈ কৰিছে।সেই বাবে ৰাজ্য চৰকাৰে শোণিতপুৰ জিলাত ৰামদেৱ পতঞ্জলি হাৰবেল কোম্পানী প্ৰতিষ্ঠাৰ বাবেও বহু খিনি ভূমি আৱণ্টন কৰিব পাৰিছে।যাৰ বাবে টাই আহোম মহিলা পৰিষদে যোৱা মঙলবাৰে গুৱাহাটীৰ চুকাফা ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com