ডকমকা কাণ্ডৰ বিৰুদ্ধে মম বিক্ষোভ কাৰ্য্যসূচী

ডকমকা কাণ্ডৰ বিৰুদ্ধে মম বিক্ষোভ কাৰ্য্যসূচী
Published on: 

কাৰ্বিআংলং জিলাৰ ডকমকাত গুৱাহাটীৰ দুজন উদীয়মান যুৱকক সোপাধৰা সন্দেহত হত্যা কৰাৰ প্ৰতিবাদত আৰু প্ৰত্যেকজন অপৰাধীয়ে শাস্তি পোৱাৰ দাবীত আজি টংলাত স্থানীয় বেচৰকাৰী সংস্থা, পায়োনিয়েৰ কলেজৰ প্ৰাক্তন ছাত্ৰ সংগঠনৰ সহযোগত সোমবাৰে সন্ধিয়া টংলা চাৰিআলিত নিলোৎপল দাস আৰু অভিজিৎ নাথৰ আত্মাৰ সদগতিৰ বাবে মম বিক্ষোভ কাৰ্য্যসূচী অনুস্থিত কৰে। এই কাৰ্য্যসূচীত বিষয়ববীয়া সকলে অপৰাধী যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com