ডকমকা গণহত্যা কাণ্ড: ফাৰ্ষ্ট ট্ৰেক কৰ্টৰ অধীনত গোচৰ মিমাংসাৰ দাবী অধিবক্তা সন্থাৰ

ডকমকা গণহত্যা কাণ্ড: ফাৰ্ষ্ট ট্ৰেক কৰ্টৰ অধীনত গোচৰ মিমাংসাৰ দাবী অধিবক্তা সন্থাৰ
Published on

সদৌ অসম উকিল সন্থাই ডকমকা গণহত্যা কাণ্ড আৰু ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ বাবে ফাৰ্ষ্ট ট্ৰেক কৰ্টৰ অধীনত গোচৰ মিমাংসা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। সন্থাৰ সভাপতি দীপক কুমাৰ দাসে গুৱাহাটীত সংবাদমাধ্যমৰ আগত কয় যে যদি চৰকাৰে এই দুয়োটা গণহত্যাৰ বিচাৰৰ ক্ষেত্ৰত ফাৰ্ষ্ট ট্ৰেক কৰ্টৰ সহায় নলয় তেনেহ'লে তেওঁলোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। অসম সাহিত্য সভাৰ পূৰ্ৱৰ সভাপতি ৰংবং তেৰাঙৰ লগত একমত দি দাসে কয় যে কাঠিলাংচ' জলপ্ৰপাতক অভি-নীল জলপ্ৰপাত নামেৰে নামাকৰণ কৰিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহন কৰিব লাগে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com