কাৰ্বিআংলং জিলাৰ ডিফুত মেডিকেল ক'লেজ স্থাপনক লৈ বিৰ্তকৰ সৃষ্টি।যোৱা সোমবাৰে ইউনিয়ন স্বাস্থ্য মন্ত্ৰীয়ে মেডিকেল কাউঞ্চিলে ডিফুত মেডিকেল ক'লেজ স্থাপনৰ লগতে ১০০টা আসনৰ আৰু ২০১৮-২০১৯ বৰ্ষটো আৰম্ভ কৰিব লাগে বুলি আগবঢ়োৱা মতামতক নাকচ কৰিছে।