নতুন গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাই ডিব্ৰুগড়ত উপষ্ঠিত হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰি পথৰ জৰাজীৰ্ণ ৰুপ দেখি স্তম্ভিত হৈ পৰে।অতি সোনকালে ৰাজ্য চৰকাৰৰ পুঁজিৰে নিৰ্মান কৰিব বুলি জানিব দিয়ে।৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বহুতো দুৰ্ঘটনা হোৱাৰ ফলত স্হানীয় ৰাইজে জিয়াতু ভুগি আহিছে।আজি মন্ত্ৰী গৰাকীয়ে নিজে পৰিদৰ্শন কৰি সোনকালে পথ নিৰ্মানৰ কাম হাতত লব বুলি জানিবলৈ দিয়ে।
Begin typing your search above and press return to search.