Top
Begin typing your search above and press return to search.

ডিমাহাচাও ভ্ৰমণ কৰি হিমন্ত বিশ্বৰ সাহাৰ্য্য ঘোষণা

ডিমাহাচাও ভ্ৰমণ কৰি হিমন্ত বিশ্বৰ সাহাৰ্য্য ঘোষণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 July 2018 11:20 AM GMT

ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিমাহাচাও ভ্ৰমণ কৰি বহুত কেইখন সভাত অংশগ্ৰহণ কৰি পাহাৰীয়া জিলাখনলে সাহাৰ্য্য ঘোষণা কৰে।ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ বাবে ৫০ কোটি ঘোষনা কৰাৰ লগতে ১০০ কোটি সকলো ধৰনৰ উন্নয়নৰ বাবে ঘোষণা কৰে।শৰ্মাই লগতে কয় যে হাফলং চিকিৎসালয়ত আইচিইউ ব্যৱস্থা কৰা হব।মাইবং কলেজত বিজ্ঞান শাখাৰ ব্যৱস্থা কৰাৰ লগতে হাফলং চৰকাৰী মহাবিদ্যালয়ত চিটৰ সংখ্যা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

Next Story