Begin typing your search above and press return to search.

ডুমডুমাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডুমডুমাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2018 12:16 PM GMT

যোৱা শনিবাৰে ডুমডুমাৰ ডনবস্ক হাই স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়।এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংছন লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক একোখনকৈ ফুলাম গামোচা আৰু সমৃতি চিহ্ন প্ৰদান কৰে।

Next Story