ড্ৰাগছ জব্দ,দুজনক গ্ৰেপ্তাৰ

ড্ৰাগছ জব্দ,দুজনক গ্ৰেপ্তাৰ
Published on: 

অপৰাধ নিৰ্মুল শাখাৰ লগতে হাটীগাঁও আৰক্ষীয়ে সিজুবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুল ৰহমান।আৰক্ষীয়ে এটা ভাড়া ঘৰত চলোৱা তালাচী অভিযানত ৩০গ্ৰামৰ ৩টা ড্ৰাগছ পেকেট আৰু লগত এখন মটৰচাইকেল জব্দ কৰে।ইয়াৰ উপৰিও ভাড়া ঘৰটোৰ পৰা মনিপুৰৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com