ড্ৰাগছ বিৰোধী মহিলা সংগঠনক অভিনন্দন

ড্ৰাগছ বিৰোধী মহিলা সংগঠনক অভিনন্দন
Published on

তিনিচুকীয়া জিলাৰ পেঙেৰী নগাপথাৰত ড্ৰাগছ ঘাটী হিচাপে জনা যায়।মহিলা সংগঠন এটাই ড্ৰাগছ বিৰোধী এক অভিযান চলাই এটা ড্ৰাগছ সেৱনকাৰীক আটক কৰিবলৈ সক্ষম হয়।সেই হেতুকে তিনিচুকীয়া জিলাৰ আৰক্ষী পৰিদৰ্শক মুগ্ধজ্যোতি মহন্তই মহিলা সংগঠন টোক অভিনন্দন জ্ঞাপন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com