তিৰুপতি মন্দিৰ দৰ্শন কৰিলে জাহ্নবী,খুচী, আৰু বনী কাপুৰ

তিৰুপতি মন্দিৰ দৰ্শন কৰিলে জাহ্নবী,খুচী, আৰু বনী কাপুৰ
Published on

জাহ্নবী কাপুৰৰ প্ৰথম ছবি 'ধৰক'ৰ মুক্তিৰ পূৰ্বে বিখ্যাত তিৰুপতি মন্দিৰ দৰ্শন কৰিলে জাহ্নবী,খুচী আৰু পিতৃ বনী কাপুৰে।জাাহ্নবী আৰু খুচী দুয়ো বায়েক ভনীয়েকে পৰিধান কৰিলে পৰম্পৰাগত দক্ষিন ভাৰতীয় শাৰী।

The Sentinel - of this Land, for its People
www.sentinelassam.com