মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল যোৰহাটত অনুষ্ঠিত জনসম্পৰ্কাৰিক অভিযানত উপস্হিত হৈ ডকমকা কান্ডৰ অভিযুক্ত সকলক কঠোৰ হাতেৰে দমন কৰা কথা জনাই কয় যে এই কান্ড তৃতীয় শক্তিৰ উচতনিত সংঘটিত হৈছে।তেওঁ অভিযানৰ লগত সংগতি ৰাখি যোৰহাটৰ বিশিস্ত ব্যক্তিসকলৰ লগত বাৰ্তালাপত মিলিত হয়।
Begin typing your search above and press return to search.