তেজৰ কৰ্কট ৰোগত আক্ৰান্ত মহাশ্বেতাৰ মৃত্যু

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত মহাশ্বেতাৰ মৃত্যু
Published on

নাচ গানৰ সৈতে জড়িত থকা মেধাৱী ছাত্ৰী মহাশ্বেতা বৰদলৈৰ মৃত্যু।চেন্নাইৰ এপল' হাস্পাতালত মৃত্যু ছাত্ৰীগৰাকীৰ।মহানগৰীৰ কাহিলিপাৰাত ঘৰ আছিল মহাশ্বেতা

The Sentinel - of this Land, for its People
www.sentinelassam.com