যোৱা শুক্ৰবাৰে শিৱসাগৰৰ পৰিদৰ্শক মহম্মদ আব্দুল জেলিলে মৰাণৰ হাইস্কুললৈ হঠাৎতে স্কুল পৰিদৰ্শন কৰিবলৈ গৈ স্কুল খনৰ প্ৰায় ৩০ গৰাকী মান শিক্ষকৰ অনুপস্থিতি দেখি তেওঁলোকৰ দৰমহা পইচা কাটি দিয়াৰ নিৰ্দেশ প্ৰদান কৰে ।
Begin typing your search above and press return to search.